Time Room

UCC বিধেয়ক, UCC গৃহীত হোৱা দেশৰ তৃতীয় ৰাজ্য অসম | & more related news here

UCC বিধেয়ক, UCC গৃহীত হোৱা দেশৰ তৃতীয় ৰাজ্য অসম |

 & more related news here


Last update:

ইতিহাসৰ পৃষ্ঠাত খোদিত হ’ল ২৭ মে’ৰ দিনটো। আজিৰ দিনটোত অসম বিধানসভাত গৃহীত হ’ল ঐতিহাসিক UCC বিধেয়ক।

News18

ইতিহাসৰ পৃষ্ঠাত খোদিত হ’ল ২৭ মে’ৰ দিনটো। আজিৰ দিনটোতে অসম বিধানসভাত গৃহীত হ’ল ঐতিহাসিক UCC বিধেয়ক। ধ্বনি ভোটত গৃহীত হ’ল UCC বিধেয়ক। UCC পৰিণত হ’ল অসম।

UCC কংগ্ৰেছে UCC আনিছিল, ৰাইজৰ দলে ১৭টা আৰু TMCএ আনিচ সংশোধনী। বিৰোধীয়ে UCC বিধেয়কখন ছিীলৈ প্ৰেৰণৰ দাবী কৰিছিল কিন্তু বিৰোধীৰ দাবী অগ্ৰাহ্য কৰে বিধানসভাৰ অধ্যক্ষই।

ৰাজ্যৰ বাহিৰতো অসমৰ যুৱক-যুৱতীৰ বাবে লিভ-ইনত থাকিলেও একেই নিয়ম। লিভ-ইন থকা এজনৰো ২১ বছৰতকৈ কম হ’ব নোৱাৰিব। এজনৰ বয়স ২১তকৈ কম হ’লে অভিভাৱক জনাব লাগিব। আইন অমান্য কৰিলে ১০ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব।



Source link

Exit mobile version